অনুশাসন আৰু স্বাধীনতা (Discipline And Freedom) | Chapter 4 | TDC B.A 1st Semester Education CBCS Honours Question And Answer | B.A 1st Semester Education Honours Question Answer Assamese Medium | B.A 1st Sem Education Honours Suggestion Question and Answer Notes Solution Assamese Medium

Back

অনুশাসন আৰু স্বাধীনতা


প্ৰশ্নৱালী
(i) অতি চমু প্ৰশ্ন (Very Short Question)
১। ইংৰাজী ‘Discipline’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?
From which language did the word “Discipline” derive?
২। “নেতিবাচক শিক্ষা”ৰ ধাৰণাৰ প্ৰৱৰ্তক কোন?
Who was the exponant of the concept “Negative Education”?
৩। দাৰ্শনিক ৰুচোৰ বিখ্যাত গ্ৰন্থখনৰ নাম লিখা।
Name the famous book of Rousseau.
৪। শিক্ষণৰ ফলাফল নীতি কোনে উলিয়াইছিল? 
Who was the exponant of “laws by effect”?
(ii) চমু প্ৰশ্ন (Short Question)
১। অনুশাসন কাক বোলে? 
What is discipline?
২। বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসন কাক বোলে?
What are external and internal discipline?
৩। আদেশ বুলিলে কি বোজা?
What do you mean by order?
৪। স্বাধীনতা কাক বোলে?
What is freedom?
৫। নেতিবাচক শিক্ষাৰ সংজ্ঞা দিয়া। Difine negative education. 
(iii) দীঘল প্রশ্ন (Long Question)
১। অনুশাসন কি? আদেশ আৰু অনুশাসনৰ সম্পৰ্ক লিখা? 
What is discipline? Write the relationship between discipline and order. 
২। শিক্ষা ক্ষেত্ৰত অনুশাসনৰ প্রযােজনীয়তা ব্যাখ্যা কৰা। 
Explain the role of discipline in education. 
৩। মুক্ত অনুশাসন বুলিলে কি বুজা? বর্তমান শিক্ষাৰ ক্ষেত্ৰত ই কিমানদূৰ উপযােগী? 
What is free-discipline? How far is it applicable in present day education system? 
৪। শাস্তি আৰু পুৰস্কাৰৰ শৈক্ষিক তাৎপৰ্য্য লিখা। 
Write the educational implication of reward and punishment. 
৫। স্কুলত কিদৰে অনুশাসন ৰক্ষা কৰিব পাৰি? 
How do you maintain discipline in school? 
৬। স্বাধীনতা আৰু অনুশাসন বিষয়ে আলােচনা কৰা 
Discuss about freedom and discipline. 
৭। মুক্ত অনুশাসনৰ কাৰ্যকাৰিতা সম্পর্কে লিখা। 
Write the workability of free discipline. 
৮। শাস্তিৰ সুফল আৰু কুফলবােৰ লিখা। 
Write the merits and demerits of punishment.
Type Himanku Bora