অধঃক্ষেপন বিক্ৰিয়া বুলিলে কি বুজা ?

 দুটা আয়নীয় যৌগৰ পৰিষ্কাৰ দ্ৰৱ মিহলি কৰিলে পানীত এটা অদ্ৰৱণীয় যৌগ পােৱা যায়। ইয়াকে অধঃক্ষেপ বােলে।