অধ্যায় ২
Stages of Human Development
প্ৰশ্নাৱলীঃ
১। জন্মৰ পৰা ৫ বছৰ বয়সলৈকে সময়ছােৱাক কি কাল বােলা হয় ?
উত্তৰঃ
২। কৈশােৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰঃ
৩। কোনটো কালত শিশুৱে সঘনে প্রশ্ন সােধে ?
উত্তৰঃ
৪। শৈশৱ কালৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৫। বাল্যকালৰ কেতবােৰ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৬। প্রাথমিক শিক্ষাৰ উদ্দেশ্য দুটা লিখা ।
উত্তৰঃ
৭। কৈশােৰকালৰ বৈশিষ্ট্য দুটা লিখা ।
উত্তৰঃ
৮। কৈশােৰ কালক কিয় ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয় ? দুটা যুক্তি দর্শোৱা ।
উত্তৰঃ
৯। কৈশােৰ কালৰ ৪ টা প্রধান সমস্যা লিখা ।
উত্তৰঃ
১০। বীৰপূজা বুলিলে কি বুজা ?
উত্তৰঃ
১১। দলৰ প্রতি আনুগত্য মানে কি ?
উত্তৰঃ
১২। প্রাক প্রাথমিক বিদ্যালয় কি ?
উত্তৰঃ
১৩। প্রাক প্রাথমিক শিক্ষাৰ প্ৰয়ােজনীয়তা চমুকৈ লিখা ।
উত্তৰঃ
১৪। চমুটোকাঃ
( ক ) প্রাক প্রাথমিক শিক্ষা
উত্তৰঃ
( খ ) মাধ্যমিক শিক্ষা
উত্তৰঃ
( গ ) বাল্যকাল
উত্তৰঃ
( ঘ ) কৈশােৰ কাল
উত্তৰঃ
( ঙ ) শৈশৱ কালৰ শিক্ষা ব্যৱস্থা
উত্তৰঃ
১৫। খালী ঠাই পূৰণ কৰাঃ
( ক ) শৈশৱকাল জন্মৰ পৰা ——- বছৰলৈকে ধৰা হয় ।
উত্তৰঃ
( খ ) খেল – প্রবণতা ——– কালৰ এক বৈশিষ্ট্য ।
উত্তৰঃ
( গ ) দলীয় আনুগত্য ——– কালৰ এক বৈশিষ্ট্য ।
উত্তৰঃ
( ঘ ) বাল্যকালত ——– স্তৰত ভাগ কৰা হয় । কৈশােৰ কালক ধুমুহা আৰু পীড়ণৰ সময় বুলি অভিহিত কৰিছে ।
উত্তৰঃ
( চ ) অপৰাধ প্ৰৱণতা ——- কালৰ এক বৈশিষ্ট্য ।
উত্তৰঃ
( ছ ) কৈশােৰ কালৰ শিক্ষা ব্যৱস্থাক ——— শিক্ষা বােলা হয় ।
উত্তৰঃ