মাধৱদেৱৰ আদৰ্শ কি আছিল বুলি পাঠটিত উল্লেখ আছে?
উত্তৰঃ গৃহ-সংসাৰ ত্যাগ কৰি যি সত্য-বস্তু, যাৰ সহায়েৰে আত্মাক মুক্তি দিব পাৰি সেই সাৰ বস্তুৰ একানপতিয়া সেৱা আছিল। ইয়াকে মাধৱদেৱৰ আদৰ্শ বুলি পাঠটিত উল্লেখ আছে।
Question and Answer Solution