উত্তৰঃ মৃদুলা বৰুৱা হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।
Month: March 2022
প্ৰশ্নঃ নিৰুপমা বৰগোহাঞিয়ে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে ?
উত্তৰঃ ১৯৯৬ চনত ।
প্ৰশ্নঃ নিৰুপমা বৰগোহাঞিয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ?
উত্তৰঃ “অভিযাত্ৰী” গ্ৰন্থৰ বাবে তেখেতক সাহিত্য অকাডেমি বঁটা লাভ কৰে ।
নিৰুপমা বৰগোহাঞিৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?
উত্তৰঃ নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত গুৱাহাটীৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত।