উত্তৰঃ ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত ।
Month: March 2022
প্ৰশ্নঃ কাৰেঙৰ লিগিৰী নাটকখনৰ নাট্যকাৰ কোন ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ।
প্ৰশ্নঃ ‘বীণ-ব’ৰাগী’ কবিতা-পুথিখনৰ ৰচক কোন ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ।
প্ৰশ্নঃ পদ্মনাথ গোহাঞি বৰুৱাৰ এখন কবিতা-পুথিৰ নাম লিখা ।
উত্তৰঃ ‘পদ্মাপাণি’ ।