উত্তৰঃ অৰ্জুনক দুটা অক্ষয় তূণ আৰু গাণ্ডীৰ ধনুখন অগ্নি দেৱতাই দিছিল।
Month: March 2022
শিশুপাল কোন ৰজাৰ পুত্ৰ আছিল?
উত্তৰঃ শিশুপাল দমঘোষ ৰজাৰ পুত্ৰ আছিল।
নাগৰাজ শেষক অশ্বমেধ যজ্ঞলৈ নিয়ন্ত্ৰণ কৰিবলৈ অৰ্জুনক পাতাললৈ কোনে পঠাইছিল?
উত্তৰঃ নাগৰাজ শেষক অশ্বমেধ যজ্ঞলৈ নিয়ন্ত্ৰণ কৰিবলৈ অৰ্জুনক পাতাললৈ কৃষ্ণই পঠাইছিল।
অৰ্জুনে কাক অশ্বমেধ যজ্ঞলৈ নিয়ন্ত্ৰণ কৰিবলৈ পাতাললৈ গৈছিল?
উত্তৰঃ অৰ্জুনে বাসুকিক অশ্বমেধ যজ্ঞলৈ নিয়ন্ত্ৰণ কৰিবলৈ পাতাললৈ গৈছিল।