উত্তৰঃ পাণ্ডৱসকল বনত থাকোতে তেওঁলোকক নল-দময়ন্তীৰ উপাখ্যানটিৰ বিষয়ে বৃহশ্ব নামৰ তপস্বী মুনিজনে প্ৰকাশ কৰিছিল।
Month: March 2022
পাণ্ডৱসকল বনবাসত থাকোতে কোনখন বনত মাৰ্কণ্ডেয় মুনিয়ে তেওঁলোকক সাক্ষৎ কৰিছিল?
উত্তৰঃ পাণ্ডৱসকলক বনবাসত থাকোতে দ্বৈত বনত মাৰ্কণ্ডেয় মুনিয়ে তেওঁলোকক সাক্ষৎ কৰিছিল।
শ্ৰীবৎস ৰজাৰ ভাৰ্যা ভদ্ৰাৰ পিতৃ কোন আছিল?
উত্তৰঃ শ্ৰীবৎস ৰজাৰ ভাৰ্যা ভদ্ৰাৰ পিতৃ বাহুৰজা আছিল।
শ্ৰীবৎস ৰজাৰ দ্বিতীয়গৰাকী পত্নীৰ নাম কি আছিল?
উত্তৰঃ শ্ৰীবৎস ৰজাৰ দ্বিতীয়গৰাকী পত্নীৰ নাম আছিল ভদ্ৰা।