উত্তৰঃ দ্ৰৱব্ৰত ভীষ্মই বেদ-বেদান্তৰ সকলো জ্ঞান মহামুনি বশিষ্ঠৰ পৰা আয়ত্ত কৰিছিল।
Month: March 2022
উত্তঙ্গই কৃষ্ণৰ পৰা কি বৰ খুজিছিল?
উত্তৰঃ উত্তঙ্গই কৃষ্ণৰ পৰা এই সামান্য বৰটো খুজিছিল যে যেতিয়া য’তেই তেওঁৰ মনত পিয়াহ লাগে তেতিয়াই তাতেই তেওঁ যেন পানী খাবলৈ পায়।
‘কবিতামালা’ শীৰ্ষক কাব্য গ্ৰন্থখনি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ভোলানাথ দাসে ।
প্ৰশ্নঃ ‘অভিমন্যু বধ’ কাব্য কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ৰমাকান্ত চৌধুৰীয়ে ।