লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ’ল- কদমকলি।
Month: March 2022
‘লেমটৌ’ শব্দৰ অৰ্থ কি?
‘লেমটৌ’ শব্দৰ অৰ্থ কি? উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- বুৰঞ্জীৰ দৌৰাত্ম্য
নল ৰজাৰ কি কাৰণে নিৰ্ব্বাসন আৰু দুখ-দুৰ্গতি হৈছিল?
উত্তৰঃ কলিৰ কোপত নল ৰজাৰ নিৰ্ব্বাসন আৰু দুখ-দুৰ্গতি হৈছিল।
নল ৰজাই অযোধ্যাত থাকোতে কি নাম লৈ আছিল?
উত্তৰঃ নল ৰজাই অযোধ্যাত থাকোতে বাহুক নাম লৈ আছিল।