প্ৰাচীন ভাৰতীয় ঋষি-মুনি পণ্ডিতসকলে কেনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে, ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠৰ আধাৰত আলোচনা কৰা।

প্ৰাচীন ভাৰতীয় ঋষি-মুনি পণ্ডিতসকলে কেনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে, ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠৰ আধাৰত আলোচনা কৰা। উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- বুৰঞ্জীৰ দৌৰাত্ম্য

‘আয়োৰ্বেদ’কি বিষয়ক শাস্ত্ৰ? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখা।

‘আয়োৰ্বেদ’কি বিষয়ক শাস্ত্ৰ? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখা।উত্তৰঃ ‘আয়োৰ্বেদ’ প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰ আৰু দুখন আয়ুৰ্বেদ গ্ৰন্থৰ হ’ল- ‘চৰক সংহিতা’ আৰু ‘সুশ্ৰুত সংহিতা’।

‘পুৰাণ কাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা।

‘পুৰাণ কাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা। উত্তৰঃ প্ৰাচীন কালৰেপৰা লোক পৰম্পৰাত যিবোৰ কথা ব্যক্ত হৈ আহিছে সেইবোৰে পুৰাণ। আৰু ‘পুৰাণ’ৰ পাঁচোটা লক্ষণ হ’ল- (১) সৰ্গ (সৃষ্টি), (২) প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুনৰ সৃষ্টি), (৩) বংশ (দেৱতা আৰু Read More …