লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ’ল- সুৰভি আৰু জোনবিৰি।
Month: March 2022
শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ কেইটা?
শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ কেইটা? উত্তৰঃ শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।
পুৰাণৰ লক্ষণ সাধাৰণতে কেইটা?
পুৰাণৰ লক্ষণ সাধাৰণতে কেইটা? উত্তৰঃ পুৰাণৰ লক্ষণ সাধাৰণতে পাঁচোটা।
‘A mine of wealth’ বা ‘ৰত্নৰ ভাণ্ডাৰ’ বুলি বেজবৰুৱাই কিহক আখ্যা দিছে?
‘A mine of wealth’ বা ‘ৰত্নৰ ভাণ্ডাৰ’ বুলি বেজবৰুৱাই কিহক আখ্যা দিছে? উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- বুৰঞ্জীৰ দৌৰাত্ম্য