উত্তৰঃ সগৰ বাহু ৰজাৰ পুত্ৰ আছিল।
Month: March 2022
যজ্ঞ কৰাতকৈ অধিক ধৰ্মফল কি কামৰ পৰা পাব পাৰি?
উত্তৰঃ যজ্ঞ কৰাতকৈ অধিক ধৰ্মফল তীৰ্থস্নানৰ পৰা পাব পাৰি।
কেশিনী কোন আছিল?
উত্তৰঃ কেশিনী ভীম ৰজাৰ দাসী আছিল।
নল ৰজা কাৰ পুত্ৰ আছিল?
উত্তৰঃ নল ৰজা বীৰসেনৰ পুত্ৰ আছিল।