উত্তৰঃ ধৰ্মৰাজক বনবাসৰ সময়ত পৰীক্ষা লোৱা যক্ষজন আছিল স্বয়ং ধৰ্মৰাজ যমৰজা।
Question and Answer Solution
উত্তৰঃ ধৰ্মৰাজক বনবাসৰ সময়ত পৰীক্ষা লোৱা যক্ষজন আছিল স্বয়ং ধৰ্মৰাজ যমৰজা।
উত্তৰঃ শৰ্মিষ্ঠাই যিটো কুঁৱাত দেৱযানীক ঠেলা মাৰি পেলাই দিছিল তাত পানী নাছিল।
উত্তৰঃ কচ আছিল অঙ্গিৰা ঋষিৰ নাতি আৰু বৃহস্পতিৰ পুত্ৰ।
উত্তৰঃ বিচিত্ৰবীৰ্যৰ ভাৰ্যা দুগৰাকী আছিল। তেওঁলোক অম্বিকা আৰু অম্বালিকা।