উত্তৰঃ দশৰথৰ চাৰিজন পুত্ৰৰ নাম আছিল ত্ৰুমে ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন।
Month: March 2022
মহাৰাজ দশৰথ কোন বংশৰ ৰজা আছিল?
উত্তৰঃ মহাৰাজ দশৰথ সূৰ্যবংশৰ ৰজা আছিল।
সুমিত্ৰাৰ পুত্ৰ কোন আছিল?
উত্তৰঃ সুমিত্ৰাৰ পুত্ৰ আছিল লক্ষ্মণ আৰু শত্ৰুঘ্ন।
শ্ৰীৰামচন্দ্ৰৰ মাতৃ কোন আছিল?
উত্তৰঃ শ্ৰীৰামচন্দ্ৰৰ মাতৃ আছিল কৌশল্যা।