উত্তৰঃ জটায়ু অৰুণ পক্ষীৰ ভাতৃ আছিল।
Month: March 2022
সীতাক ৰাৱণে হৰণ কৰাৰ বাতৰিটো ৰামক কোনে দিছিল?
উত্তৰঃ সীতাক ৰাৱণে হৰণ কৰাৰ বাতৰিটো ৰামক জটায়ু পক্ষীয়ে দিছিল।
হৰধনুত কোনে গুণ লগাই ভাঙিছিল?
উত্তৰঃ ৰামচন্দ্ৰই হৰধনুত গুণ লগাওঁতে তেওঁৰ হাততে হৰধনুখন ভাঙিছিল।
ভৰতৰ (ৰামায়ণ) মাতৃ কোন আছিল?
উত্তৰঃ ভৰতৰ (ৰামায়ণ) মাতৃ আছিল কৈকয়ী।