উত্তৰঃ কুৰু পাণ্ডৱ যুদ্ধৰ বিষয়ে ধৃতৰাষ্ট্ৰক জনাই থাকিবলৈ সঞ্জলত দিব্যচকু ব্যাসদেৱে দান কৰিছিল।
Month: March 2022
সাৱিত্ৰী কিহৰ বা কি গুণৰ কাৰণে বিখ্যাত হৈ আছে?
উত্তৰঃ সাৱিত্ৰী তেওঁৰ সতীত্ব গুণৰ কাৰণে বিখ্যাত হৈ আছে।
সাৱিত্ৰী এশ পুত্ৰৰ জাননী হোৱাৰ বৰ কোনে দিছিল?
উত্তৰঃ সাৱিত্ৰী এশ পুত্ৰৰ জাননী হোৱাৰ বৰ মৃত্যুপতি যমৰজাই দিছিল।
সাৱিত্ৰী কাৰ পত্নী আছিল?
উত্তৰঃ সাৱিত্ৰী সত্যৱানৰ পত্নী আছিল।