উত্তৰঃ কৰ্ণৰ পুত্ৰজনৰ নাম আছিল বৃষকেতু।
Month: March 2022
অহল্যা কাৰ পত্নী আছিল?
উত্তৰঃ অহল্যা গৌতম মুনিৰ পত্নী আছিল।
ত্ৰিপুৰাসুৰৰ বিখ্যাত অসুৰ পুত্ৰজনৰ নাম কি আছিল?
উত্তৰঃ ত্ৰিপুৰাসুৰৰ বিখ্যাত অসুৰ পুত্ৰজনৰ নাম আছিল গয়াসুৰ।
শিৱক কিয় ত্ৰিপুৰাৰি বুলি কোৱা হয়?
উত্তৰঃ ত্ৰিপুৰাসুৰক বধ কৰাৰ কাৰণে শিৱক ত্ৰিপুৰাৰি বুলি কোৱা হয়।