লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন বুৰঞ্জীমূলক নাটকৰ নাম হ’ল- চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।
Month: March 2022
লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধুকথাৰ পুথিৰ নাম লিখা।
লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধুকথাৰ পুথিৰ নাম লিখা। উত্তৰঃ বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতি-ল’ৰা।
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন গল্পপুথিৰ নাম লিখা।
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন গল্পপুথিৰ নাম লিখা। উত্তৰঃ সাধুকথাৰ কুঁকি আৰু কেহোঁকলি।
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম কি?
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম কি? উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম হ’ল- পদুম কুঁৱৰী।