গীতাত উল্লেখ কৰা ‘সৃজাম্যহম’ মানে কি?

গীতাত উল্লেখ কৰা ‘সৃজাম্যহম’ মানে কি? উত্তৰঃ মানুহক দুৰ্দশাৰ পৰা ৰক্ষা কৰিবলৈ একো একোজন মহাপুৰুষৰ আগমন হয়। এই দুৰ্দশাৰ অন্ত পেলাই সমাজক আকৌ সত্য, সনাতন পথত আগ্ৰহৰ হবলৈ শিকায়। ইয়াকে ‘সৃজাম্যহম’ বুলে।

গীতাত ধৰ্মগ্লানি বুলি কাক কোৱা হৈছে?

গীতাত ধৰ্মগ্লানি বুলি কাক কোৱা হৈছে? উত্তৰঃ আধুনিক উন্নতিৰ অৱস্থাক সেইসকলে ব্যভিচাৰ বুলি গণ্য কৰে আৰু তেনে উন্নতিৰ পথত কঠোৰ ভাৱে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে। এনে অৱস্থাকেই গীতাত ধৰ্মগ্লানি বুলি কোৱা হৈছে।