উত্তৰঃ নীলধ্বজৰ পত্নী জনাৰ ভাতৃৰ নাম আছিল উলূক।
Month: March 2022
নীলধ্বজৰ পুত্ৰ প্ৰবীৰৰ কাৰ হাতত মৃত্যু হৈছিল?
উত্তৰঃ নীলধ্বজৰ পুত্ৰ প্ৰবীৰৰ অৰ্জুনৰ হাতত মৃত্যু হৈছিল।
নীলধ্বজ ৰজাৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ নীলধ্বজ ৰজাৰ পত্নীৰ নাম আছিল জনা।
নীলধ্বজ ৰজাৰ নগৰখনৰ নাম কি আছিল? তেওঁৰ পুত্ৰ আৰু পুত্ৰৰ ভাৰ্যাৰ নাম কি আছিল?
উত্তৰঃ নীলধ্বজ ৰজাৰ নগৰখনৰ নাম আছিল মাহেষ্মতীপুৰী।তেওঁৰ পুত্ৰ আছিল প্ৰৱীৰ আৰু পুত্ৰৰ ভাৰ্যাৰ নাম আছিল মদনমঞ্জৰী।