উত্তৰঃ চন্দ্ৰহংস ৰজাৰ পিতৃ আছিল দধিমুখ ৰজা।
Month: March 2022
চন্দ্ৰহংস ৰজাৰ পুত্ৰ দুজনৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰহংস ৰজাৰ পুত্ৰ দুজনৰ নাম আছিল মকৰাক্ষা আৰু পদ্মাক্ষ।
চন্দ্ৰহংস ৰজাৰ নগৰখন ক’ত আছিল?
উত্তৰঃ চন্দ্ৰহংস ৰজাৰ নগৰখন কৌণ্ডিল্যত আছিল।
ৰত্নাৱতীপুৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ ৰত্নাৱতীপুৰৰ ৰজাজনৰ নাম আছিল শিখিধ্বজ।