উত্তৰঃ বপুষ্টমা ৰাণী কাশিৰাজ সুবৰ্ণবৰ্মাৰ কন্যা আৰু মহাৰাজ জন্মেজয়ৰ মহিষী আছিল।
Month: March 2022
শিখিধ্বজ কোন?
উত্তৰঃ কাৰ্তিক আৰু এজন ৰজাৰ নাম আছিল শিলিধ্বজ।
শান্তিপণ কোন আছিল? তেওঁৰ অন্যান্য নাম কি?
উত্তৰঃ শান্তিপণ ব্যাঘ্ৰপাদ নামৰ ঋষিৰ পুত্ৰ। তেওঁৰ অন্যান্য নাম আয়োদ, আপোদ বা ধৌম্য।
সূতৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰঃ সূতৰ পুত্ৰৰ নাম আছিল সৌতি।