উত্তৰঃ এক অক্ষৌহিনী সৈন্যত হাতী ২১৮৭০ সংখ্যাক আৰু ৰথ ২১৮৭০ খন।
Month: March 2022
শেষ নাগৰ আন এটা নাম কি?
উত্তৰঃ শেষ নাগৰ আন এটা নাম আছিল অনন্ত।
কল্মষপাদৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ কল্মষপাদৰ পত্নীৰ নাম আছিল মদয়ন্তী।
সৌদাসৰ পুত্ৰ কোন আছিল?
উত্তৰঃ সৌদাসৰ পুত্ৰ আছিল কল্মষপদ।