উত্তৰঃ বৃষ্ণিবংশৰ প্ৰতিষ্ঠাতা আৰু যদুবংশৰ বিশিষ্ট ৰজাজন আছিল বৃষ্ণি।
Month: March 2022
কুবেৰৰ আন এটা নাম কি?
উত্তৰঃ কুবেৰৰ আন এটা নাম বৈশ্ৰবণ।
যক্ষপতি কোন?
উত্তৰঃ যক্ষপতি কুবেৰ, ৰাৱণৰ জ্যেষ্ঠ ভাতৃ।
পিপ্ললী শব্দই কোন বক্ষক বুজায়?
উত্তৰঃ পিপ্ললী শব্দই অশ্বত্থ বৃক্ষক বুজায়।