উত্তৰঃ শিৱৰ ধনুখনৰ নাম পিনাক।
Month: March 2022
বদৰিকাশ্ৰম ক’ত আছে?
উত্তৰঃ বদৰিকাশ্ৰম গন্ধমাদন পৰ্বতত আছে।
সুবলদুহিক বুলিলে কাক বুজা যায়?
উত্তৰঃ সুবলদুহিতা বুলিলে গান্ধাৰীক বুজা যায়।
অশ্বত্থামাক কি নামেৰে জনা যায়?
উত্তৰঃ অশ্বত্থামাক দ্ৰোণী নামেৰে জনা যায়।