উত্তৰঃ যমৰ ভিন্ন নাম হৈছে-কৃতান্ত, অন্তক, ধৰ্মৰাজ, দণ্ডপাণি, শমন আদি।
Month: March 2022
কুম্ভ আৰু নিকুম্ভ কোন আছিল?
উত্তৰঃ কুম্ভ আৰু নিকুম্ভ কুম্ভকৰ্ণৰ দুজন পুত্ৰ আছিল।
মকৰাক্ষ কোন আছিল?
উত্তৰঃ মকৰাক্ষ ৰাৱণৰ সেনাপতি আৰু খৰ নামৰ ৰাক্ষসৰ পুত্ৰ আছিল।
পিনাকপাণি কাৰ নাম?
উত্তৰঃ পিনাকপাণি শিৱৰ নাম।