উত্তৰঃ ভীষ্মৰ মৃত্যু মাঘ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত হৈছিল।
Month: March 2022
ৰেণুকা কোন আছিল?
উত্তৰঃ ৰেণুকা জমদগ্নি ঋষিৰ পত্নী, পৰশুৰামৰ মাতৃ আৰু প্ৰসেনজিতৰ পালিতা কন্যা।
চিত্ৰ গুপ্তৰ ভাৰ্যা কোন আছিল?
উত্তৰঃ চিত্ৰ গুপ্তৰ ভাৰ্যা আছিল ইৰাৱতী আৰু দক্ষিণা নামে দুগৰাকী বহ্মণ কন্যা।
পাণ্ডৱ পক্ষৰ দূত এজনৰ নাম কি আছিল?
উত্তৰঃ পাণ্ডৱ পক্ষৰ দূত এজনৰ নাম আছিল ইন্দ্ৰসেনা।