উত্তৰঃ বদৰিকাশ্ৰমত ব্যাসৰ আশ্ৰম আছিল।
Month: March 2022
চুতৰ্ম্মুখ আৰু পঞ্চমুখ কোন?
উত্তৰঃ চতুৰ্ম্মুখ ব্ৰহ্মা আৰু পঞ্চমুখ শিৱ মহেশ্বৰ।
মহাভাৰতৰ এটা বিশিষ্ট নাম কি?
উত্তৰঃ মহাভাৰতৰ এটা বিশিষ্ট নাম জয়।
অশ্বমেধযজ্ঞ আৰম্ভ কৰাৰ নিৰ্দিষ্ট দিন কি?
উত্তৰঃ অশ্বমেধযজ্ঞ আৰম্ভ কৰাৰ নিৰ্দিষ্ট দিন মধু বা চ’ত মাহৰ পুৰ্ণিমা তিথি।