উত্তৰঃ সৌভপতি শৌভনগৰৰ ৰজা, শ্লাব তথা অদৃস্য়বিমানৰ নাম সৌভ।
Month: March 2022
পাৰ্ষতী কোন?
উত্তৰঃ পাৰ্ষতী পৃষক (দ্ৰুপদ) ৰজাৰ কন্যা দ্ৰৌপদী।
বৰাঙ্গনা বুলিলে কাক বুজা যায়?
উত্তৰঃ বৰঙ্গনা বুলিলে সুন্দৰ দেহ আৰু চৰিত্ৰৰ নাৰীক বুজায়।
যজ্ঞীয় পায়সান্নক কি বুলি কোৱা হয়?
উত্তৰঃ যজ্ঞীৰ পায়সান্নক ‘চৰু’ বুলি কোৱা হয়।