উত্তৰঃ বৃহস্পতি আছিল বেদজ্ঞ আৰু মহাজ্ঞানী দেৱতাসকলৰ গুৰু।
Month: March 2022
শিখণ্ডী জন্মাৱস্থাত পুৰুষ নে নাৰী আছিল?
উত্তৰঃ শিখণ্ডী জন্মাৱস্থাৰ পৰাই নাৰী আছিল।পাছত জপস্যাৰ বলত তেওঁ পুৰুষলৈ ৰূপান্তৰিত হৈ শিখণ্ডী নামেৰে জনজাত হৈছিল।
কুৰুক্ষেত্ৰৰ যুদ্ধত সময়ক কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰাম ক’ত আছিল?
উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত সময়ত কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰাম তীৰ্থ ভ্ৰমণত ঘুৰি ফুৰিছিল।
জয়দ্ৰথৰ মূৰটো কোলাত পৰাৰ সময়ত তেওঁৰ পিতৃ-বৃদ্ধাক্ষেত্ৰই কি কৰি আছিল?
উত্তৰঃ জয়দ্ৰথৰ কটা মূৰটো কোলাত পৰাৰ সময়ত বৃদ্ধাক্ষেত্ৰই তেওঁৰ আশ্ৰমৰ মুকলি ঠাইত বহি ইশ্বৰ চিন্তা কৰি বহি আছিল।