উত্তৰঃ বৃহদ্যুম্ন এজন মহাৰাজ আছিল আৰু তেওঁ মহামুনি ৰৈভ্যৰ শিষ্য আছিল।
Month: March 2022
কৰ্ণই ব্ৰহ্মাস্ত্ৰ কাৰ পৰা লাভ কৰিছিল?
উত্তৰঃ কৰ্ণই ব্ৰহ্মাস্ত্ৰ পৰশুৰামৰ পৰা লাভ কৰিছিল।
শৰ্মিষ্ঠাই কাক খঙত কুঁৱাত ঠেলা মাৰি কুঁৱাত পেলায় দিছিল?
উত্তৰঃ শৰ্মিষ্ঠাই শুত্ৰুাচাৰ্যৰ কন্যা দেৱযানীক খঙত ঠেলা মাৰি কুঁৱাত পেলাই দিছিল।
অসুৰসকলৰ গুৰু কোন আছিল?
উত্তৰঃ সকলো শাস্ত্ৰৰ প্ৰবক্তা আৰু তন্ত্ৰবিদ্যাত পাৰ্গত শুত্ৰুাচাৰ্য অসুৰসকলৰ গুৰু আছিল।