উত্তৰঃ সপ্তম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত বিৰাটৰ সঙ্গৰ নামৰ পুত্ৰজনৰ মৃত্যু হৈছিল।
Month: March 2022
ধৃষ্টদ্যুম্নই মকৰবেহু ৰচনা কৰাৰ দিনা কৌৰৱ পক্ষই কি বেহু ৰচনা কৰিছিল?
উত্তৰঃ ধৃষ্টদ্যুম্নই মকৰবেহু ৰচনা কৰাৰ দিনা কৌৰৱ পক্ষই ত্ৰুৌঞ্চবেহু ৰচনা কৰিছিল।
ৰুক্মবীৰে ৰুক্মণীক কাৰ লগত বিবাহ দিবলৈ মনস্থ কৰিছিল?
উত্তৰঃ ৰুক্মবীৰে ৰুক্মিণীক চেদীৰাজ শিশুপাললৈ বিবাহ দিবলৈ মনস্থ কৰিছিল।
বৃত্ৰক বধ কৰাৰ কাৰণে ইন্দ্ৰৰ কি পাপ হৈছিল?
উত্তৰঃ বৃত্ৰক বধ কৰাৰ কাৰণে ইন্দ্ৰৰ ব্ৰহ্মহত্যাৰ পাপ হৈছিল।