উত্তৰঃ যুধামন্যু এজন পাঞ্চাল দেশীয় ক্ষত্ৰিয় ৰজা আছিল।
Month: March 2022
সঞ্জীৱনীপুৰীৰ আন এটা নাম কি?
উত্তৰঃ সঞ্জীৱনীপুৰীৰ আন এটা নাম ব্ৰহ্মলোক।
পৃষদতনয় কোন আছিল?
উত্তৰঃ পৃষদতনয় আছিল দ্ৰুপদ ৰজা।
অপ্সৰা মেনকাৰ পিতৃ আৰু মাতৃ কোন আছিল?
উত্তৰঃ অপ্সৰা মেনকাৰ পিতৃ আছিল ৰুৰু আৰু মাতৃ আছিল প্ৰমদ্বৰা।