মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে কাৰ লগত বিয়াত আবদ্ধ হৈছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে সূৰ্য্যবতীৰ লগত বিবাহত আবদ্ধ হৈছিল।