মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য
Concept and Aims of Psychology
১) মনোবিঞ্জান কি ?
উত্তৰঃ
২) মনোবিঞ্জান শব্দটোৰ উপত্তি সম্বন্ধে লিখা ?
উত্তৰঃ
৩) শিক্ষাৰ মনোবিঞ্জানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ?
উত্তৰঃ
৪) মনোবিঞ্জান আৰু শিক্ষা মনোবিঞ্জানৰ মাজত থকা এটা পাৰ্থক্য লিখা ।
উত্তৰঃ
৫) মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিঞ্জান ।- কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ
৬) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ।
উত্তৰঃ
৭) শিক্ষাৰ -মনোবিঞ্জান কি ? শিক্ষাৰ-মনোবিঞ্জানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা্ঁ ।
উত্তৰঃ
৮) মনোবিঞ্জানৰ দুটা গুৰুত্ব শাখা হিচাপে শিশু মনোবিঞ্জান আৰু বিকাশ সম্বন্ধীয় মনোবিঞ্জানৰ ধাৰণা দিয়া 1।উত্তৰঃ
৯ ) শিক্ষা আৰু মনোবিঞ্জানৰ মাজত থকা সম্বন্ধৰ বিষয়ে লিখাঁ ।
উত্তৰঃ
১০) মনোবিঞ্জানক কিয় আচৰনৰ বিঞ্জানৰ বোলা হয় ?
উত্তৰঃ
১১) শিক্ষা- মনোবিঞ্জান কি ? মনোবিঞ্জান আৰু শিক্ষাৰ মাজত পাৰ্থক্য দশোৱা ?
উত্তৰঃ
১২) শিক্ষাৰ উদ্দেশ্য শিক্ষাইহে নিৰ্ণয় কৰে , মনোবিঞ্জানে নহয় -উক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) মনোবিঞ্জানৰ জ্ঞানে এজক শিক্ষকক কিদৰে সহায় কৰিচিল ?
উত্তৰঃ
১৪) শিক্ষা-মনোবিঞ্জানৰ পৰিসৰ সম্বন্ধে লিখাঁ।
উত্তৰঃ
১৫) শিক্ষা আৰুমনোবিঞ্জান পৰস্পৰন বিৰোধী নহয় , এটা আনটো পৰিপূকহে মাথোন – উক্তিটো ব্যাখ্যা কৰা ।উত্তৰঃ
১৬) মনোবিঞ্জানৰ বিভিন্ন শাখাসমূহ কি কি ? ইয়াৰ যিকোনো দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰা ?
উত্তৰঃ
১৭) চমু উত্তৰ দিয়াঃ
ক) শিক্ষা মনোবিঞ্জানৰ অধ্যয়নৰ বিষয়বস্ত কি ?
উত্তৰঃ
খ) কোনকৈইটা গ্ৰীক শব্দৰ পৰা মনোবিঞ্জান শব্দৰ উপত্তি হৈছে ।
উত্তৰঃ
গ) মনোবিঞ্জনক কিয় বস্তনিষ্ঠ বিঞ্জান বোলা হয় ?
উত্তৰঃ
ঘ) আচৰণৰ বিঞ্জান স্বৰুপে মনোবিঞ্জান ।
উত্তৰঃ
ঙ) শিক্ষা-মনোবিঞ্জানৰ ব্যুপত্তিগত অৰ্থ লিখা ।
উত্তৰঃ
চ) শিক্ষাত মনোবিঞ্জানৰ আৱশ্যকতা ।
উত্তৰ
১৮) প্ৰথম স্তম্ভৰ লগত দ্ধিতীয় স্তম
প্ৰথম স্তম্ভ | দ্বিতীয় স্তম্ভ |
১) শিশু-মনোবিঞ্জানে | ১) আত্মাৰ বিঞ্জান বোলা হৈছিল |
২) শিক্ষাই মনোবিঞ্জানৰ | ২) শিক্ষকক শিক্ষাদানত সহায় কৰে |
৩) আম্ভণিতে মনোবিঞ্জানক | ৩) শিশুৰ বিকাশ আৰু আচৰনত অধ্যয়ন কৰে । |
৪) মনোবিঞ্জানৰ ঞ্জানে | ৪) মনোবিঞ্জানে হল আচৰনৰ বিঞ্জান। |
৫) মনোবিঞ্জানী মেক ডুগলৰ মতে | ৫) পৰিসৰ বৃদ্ধি কৰে । |
উত্তৰঃ
১৯) শিক্ষা-মনোবিঞ্জান কি ? শিক্ষা মনোবিঞ্জানৰ তাপৰ্যৰ
বিষয়ে লিখা ঁ ?
উত্তৰঃ
২০) শিক্ষা-মনোবিঞ্জানক কি বিঞ্জান বুলি কোৱা হয় ?
উত্তৰঃ
২১) এজনক শিক্ষকৰ কিয় মনোবিঞ্জান অধ্যয়ন কৰাৰ প্ৰয়োজন ?
উত্তৰঃ
২২) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ।
উত্তৰঃ
২৩) শিক্ষা-মনোবিঞ্জানৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।
উত্তৰঃ
২৪) শিক্ষা-মনোবিঞ্জান চাৰিটা বিষয়বস্ত উল্লেখ কৰা ?
উত্তৰঃ
২৫) মনোবিঞ্জান আৰু শিক্ষা -মনোবিঞ্জানৰ দুটা পাথক্য লিখাঁ।
উত্তৰঃ
২৬) শিক্ষা-মনোবিঞ্জানৰ পৰিসৰৰ দুটা পাথক্য লিখাঁ।
উত্তৰঃ
২৭)শিক্ষা-মনোবিঞ্জানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ ।
উত্তৰঃ
২৮) শিক্ষা-মনোবিঞ্জানৰ প্ৰয়োজনীয়তা বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
২৯) শিক্ষা-মনোবিঞ্জানৰ পদ্ধতি দুটা চমুকৈ লিখাঁ।
উত্তৰঃ
৩০) মনোবিঞ্জানৰ ঞ্জানে এজন শিক্ষকক কিদৰে সহায় কৰে আলোচনা কৰাঁ ।
উত্তৰঃ
৩১) খালী ঠাই পৃৰ কৰা ঃ
ক) শিক্ষা-মনোবিঞ্জান এক _____ বিজ্ঞান।
উত্তৰঃ
খ) ______ শিক্ষা-মনোবিঞ্জানৰ পিতৃস্হৰুপ বুলি গন্য কৰা হয় ।
উত্তৰঃ
গ) শিক্ষা-মনোবিঞ্জান পৰিধিয়ে শিক্ষাৰ্থী _______ শিক্ষণীয় ,পৰিৱেশক আগুৰি ৰাখিছে ।
উত্তৰঃ
ঘ) _________চনত উন্দ নামৰ মনোবিঞ্জানীয়ে প্ৰথম মনোবিঞ্জানিক গৱেষণাগাৰ স্বাপন কৰিছিল ।
উত্তৰঃ
ঙ) নৈদানিক পদ্ধতি_______ প্ৰথমে ব্যাখ্যা কৰা ।
উত্তৰঃ
চ) ৰ’ৰছাক অভীক্ষাটো ______ চনত উদ্ভাৱন কৰা হয় ।
উত্তৰঃ
ছ) স্কীনাৰৰ মতে, শিক্ষা-মনোবিঞ্জান ______ মূল ভেটি ।
উত্তৰঃ