অধ্যয়-৭
ভাৰতবৰ্ষ আৰু অসমম্ভ্ৰ প্ৰাথমিক শিক্ষা
Primary Education in India and Assam
প্ৰশ্নাৱলীঃ
১। ভাৰতবৰ্ষত শিক্ষাৰ আৰম্ভণি কেতিয়া হৈছিল ?
উত্তৰঃ
২। বৌদ্ধ শিক্ষাৰ কেন্দ্ৰক কি নামেৰে জনা যায় ?
উত্তৰঃ
৩। মুছলমান শিক্ষাৰ প্রধান লক্ষ্য কি আছিল ?
উত্তৰঃ
৪। সমাৱর্তন কি ?
উত্তৰঃ
৫। সত্ৰ প্ৰথমতে কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰঃ
৬। বিছমিল্লাহ কি ?
উত্তৰঃ
৭। মাদ্ৰাছা শব্দৰ অর্থ কি ?
উত্তৰঃ
৮। মণিটৰিয়েল প্রথাৰ আন এটা নাম কি ?
উত্তৰঃ
৯। গুৱাহাটীৰ ৱেপ্তিষ্ট চাৰ্ছ কোন চনত কোনে স্থাপন কৰিছিল ?
উত্তৰঃ
১০। জানানা স্কুল কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰঃ
১১। প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি ?
উত্তৰঃ
১২। প্রথম অসমীয়া ব্যাকৰণ কোনে প্রকাশ কৰিছিল ?
উত্তৰঃ
১৩। প্রথম অসমীয়া আৰু ইংৰাজী শব্দকোষখনৰ নাম কি ?
উত্তৰঃ
১৪। চার্টাৰ আইনৰ কোনটো অনুচ্ছেদত ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বিবাদমূলক মন্তব্য আগবঢ়োৱা হৈছিল ?
উত্তৰঃ
১৫। লর্ড মেকলে কোন আছিল ?
উত্তৰঃ
১৬। ভাৰতৰ শিক্ষাৰ বাবে চার্টাৰ আইনে কিমান টকা ধার্য কৰিছিল ?
উত্তৰঃ
১৭। উডৰ নির্দেশনামা কোন চনত প্ৰস্তুত কৰা হৈছিল ?
উত্তৰঃ
১৮। ভাৰতৰ প্রথম শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?
উত্তৰঃ
১৯। লর্ড কার্জনে কোন চনত চিমলাত শিক্ষা সন্মিলন আহ্বান কৰিছিল ?
উত্তৰঃ
২০। লর্ড কার্জন কোন চনত ভাৰতলৈ আহিছিল ?
উত্তৰঃ
২১। ১৯১০ চনত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বিলখন কোনে উত্থাপন কৰিছিল ।
উত্তৰঃ
২২। গােখলেৰ শিক্ষাবিলৰ প্রধান উদ্দেশ্য কি আছিল ?
উত্তৰঃ
২৩। বুনিয়াদী শব্দৰ অর্থ কি ?.
উত্তৰঃ
২৪। ৱাৰ্ধা শিক্ষা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ
২৫। অসমৰ প্রথম প্রাথমিক শিক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ
২৬। সার্বজনীন প্রাথমিক শিক্ষা মানে কি ?
উত্তৰঃ
২৭। অপাৰেচন ব্রেকবোের্ড কি ?
উত্তৰঃ
২৮। NLM- ৰ সম্পূর্ণ আকাৰটো কি ?
উত্তৰঃ
২৯। পূর্ণ সাক্ষৰতা অভিযান কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ
৩০। DPEP- ৰ সম্পূর্ণ আকাৰটো লিখা ।
উত্তৰঃ
৩১। সর্বশিক্ষা অভিযানৰ প্রধান বৈশিষ্ট্যৰােৰ কি কি ?
উত্তৰঃ
৩২। শিক্ষাৰ অধিকাৰ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ
৩৩। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ মূল কথাখিনি লিখা ।
উত্তৰঃ
৩৪। প্রাচ্য – পাশ্চাত্যৰ বিবাদৰ কাৰণবােৰ বৰ্ণনা কৰা ।
উত্তৰঃ
৩৫। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ পৰামর্শবােৰ আলােচনা কৰা ।
উত্তৰঃ
৩৬। খ্রীষ্টান মিছনেৰীসকলে অসমৰ শিক্ষাক্ষেত্ৰত আগবঢ়োৱা বৰঙণি আলােচনা কৰা ।
উত্তৰঃ
৩৭। প্রাচ্য – পাশ্চাত্য বিবাদৰ সামৰণিত মেকলেৰ ভূমিকাৰ বিষয়ে লিখা ।
উত্তৰঃ
৩৮। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ প্রতিবেদনৰ সবল দিশবোেৰ আলােচনা কৰা ।
উত্তৰঃ
৩৯। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়ােগৰ পৰামৰ্শবােৰ আলােচনা কৰা ।
উত্তৰঃ
৪০। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়ােগে আগবঢ়োৱা পৰামৰ্শৰ মূল্যায়ন কৰা ।
উত্তৰঃ
৪১। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত লর্ড কার্জনৰ শিক্ষানীতি বর্ণনা কৰা ।
উত্তৰঃ
৪২। কার্জনৰ প্ৰাথমিক শিক্ষা নীতিৰ মূল্যায়ন কৰা ।
উত্তৰঃ
৪৩। গােখলেৰ শিক্ষাবিলৰ প্রধান প্রস্তাৱবােৰ কি আছিল ?
উত্তৰঃ
৪৪। গােখলেৰ শিক্ষাবিল অগ্রাহ্য হােৱাৰ কাৰণবােৰ উল্লেখ কৰা ।
উত্তৰঃ
৪৫। গােখলেৰ শিক্ষাবিলৰ পৰিণতি কি হৈছিল ?
উত্তৰঃ
৪৬। বুনিয়াদী শিক্ষাৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ
৪৭। বুনিয়াদী শিক্ষাৰ সবলতা আৰু দুর্বলতাবােৰ আলােচনা কৰা ।
উত্তৰঃ
৪৮। ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ মূল প্রস্তাৱবোেৰ কি আছিল ?
উত্তৰঃ
৪৯। প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ স্তৰবােৰ বৰ্ণনা কৰা ।
উত্তৰঃ
৫০। ভাৰতীয় সংবিধানে প্রাথমিক শিক্ষা সার্বজনীন কৰাৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল ?
উত্তৰঃ
৫১। প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ সমস্যা আৰু সমাধানৰ উপায়বােৰ বৰ্ণনা কৰা ।
উত্তৰঃ
৫২। ভাৰতৰ বৃটিছৰ শাসনকালত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল ?
উত্তৰঃ
৫৩। চমুটোকা লিখাঃ
(ক) গুৰুকুল
উত্তৰঃ
(খ) পাঠশালা
উত্তৰঃ
(গ) টোল।
উত্তৰঃ
(ঘ) সূত্র ।
উত্তৰঃ
(ঙ) মােক্তাৱ ।
উত্তৰঃ
(চ) মাদ্ৰাছা ।
উত্তৰঃ
(ছ) মণিটৰিয়েল প্রথা ।
উত্তৰঃ
(জ) ৰাষ্ট্ৰীয় সাক্ষৰতা মিচন।
উত্তৰঃ
(ঞ) পূর্ণ সাক্ষৰতা অভিযান।
উত্তৰঃ
(ট) জিলা প্রাথমিক শিক্ষা আঁচনি ।
উত্তৰঃ
(ঠ) সর্বশিক্ষা অভিযান।
উত্তৰঃ
(ড) শিক্ষাৰ অধিকাৰ আইন , ২০০৯ ।
উত্তৰঃ