বিয়াৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে গুৰু গৃহত শিক্ষা সাং কৰি আহি কৰি আহি কি নামৰ কাব্য গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ বিয়াৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে গুৰু গৃহত শিক্ষা সাং কৰি আহি ‘হৰিচন্দ্ৰ উপাখ্যান’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰিছিল।