অধ্যায় ৩
School and Its Organisation
প্ৰশ্নাৱলীঃ
১। বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে কি বুজায় ?
উত্তৰঃ
২। বিদ্যালয়ৰ স্থান নির্বাচন কৰোঁতে কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে ?
উত্তৰঃ
৩। বিদ্যালয়ত ব্যৱহৃত হােৱা কেতবােৰ সা – সঁজুলিৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
৪। শ্রেণীকক্ষত প্রয়ােজন হােৱা দুবিধ আচবাবৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
৫। পুথিভঁৰালৰ বাবে কেনেকুৱা সা-সুবিধা থকা উচিত চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ
৬। মানৱ সম্পদৰ অৰ্থ লিখা ।
উত্তৰঃ
৭। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
৮। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ-দর্শন দুবিধ সঁজুলিৰ নাম লিখা ।
উত্তৰঃ
৯। স্কুলৰ গৃহ নির্মাণৰ বাবে তিনিটা চর্ত উল্লেখ কৰা ।
উত্তৰঃ
১০। কম্পিউটাৰৰ তিনিটা মূল অংশ উল্লেখ কৰা ।
উত্তৰঃ
১১। ইণ্টাৰনেটৰ দুটা সুবিধা উল্লেখ কৰা ।
উত্তৰঃ
১২। দূৰালাপ সন্মিলন কি ?
উত্তৰঃ
১৩। শিক্ষকৰ তিনিটা ব্যক্তিগত গুণ উল্লেখ কৰা ।
উত্তৰঃ
১৪ । সুচলকাৰী হিচাপে শিক্ষকৰ তিনিটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
১৫। পৰামর্শদাতা হিচাপে শিক্ষকৰ চাৰিটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
১৬। এজন শিক্ষকৰ পাঁচোটা ব্যৱহাৰিক গুণ উল্লেখ কৰা ।
উত্তৰঃ
১৭। সমাজৰ ক্ষেত্ৰত শিক্ষকে কেনেকুৱা দায়িত্ব পালন কৰে চমুকৈ লিখা ।
উত্তৰঃ
১৮। এখন স্কুলত শিক্ষকৰ ভূমিকা সম্পর্কে তিনিটা দায়িত্ব উল্লেখ কৰা ।
উত্তৰঃ
১৯। দুটি সম্বন্ধীয় বাধাগ্রস্ত শিশু কাক বােলে ?
উত্তৰঃ
২০। দৈহিক অক্ষমতাৰ পৰা শিশুক কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ
২১। ৯০-১০০ – ৰ বুদ্ধ্যাংকৰ ভিতৰত কি ধৰণৰ ছাত্ৰ – ছাত্রী অন্তর্ভুক্ত কৰা হয় ?
উত্তৰঃ
২২। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র – ছাত্রীৰ বুদ্ধ্যাংকৰ পৰিসৰ কিমান ?
উত্তৰঃ
২৩। পাঠ্যক্রম শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ?
উত্তৰঃ
২৪। পাঠ্যক্ৰমৰ দুটা যিকোনাে প্রকাৰৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
২৫। বর্তমান পাঠ্যক্ৰমৰ দুটা ত্রুটি উল্লেখ কৰা ।
উত্তৰঃ
২৬। বহল অর্থত পাঠ্যক্রম বুলিলে কি বুজা ?
উত্তৰঃ
২৭। পাঠ্যক্রম প্রণয়নৰ চাৰিটা মূলনীতি উল্লেখ কৰা ।
উত্তৰঃ
২৮। সহপাঠ্যক্রমিক কার্যসূচীৰ এটা প্রয়ােজনীয়তা উল্লেখ কৰা ।
উত্তৰঃ
২৯। সহপাঠ্যক্রমিক কার্যসূচীৰ চাৰিটা ভাগৰ নাম লিখা ।
উত্তৰঃ
৩০। বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে দুটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
৩১। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দুটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
৩২। UGC- ৰ সম্পূর্ণ অর্থ কি লিখা ।
উত্তৰঃ
৩৩। UGC- ৰ কার্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ
৩৪। NCERT কিমান চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ
৩৫। অসমত SCERT কিমান চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ
৩৬। DIET গঠন কৰা দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ
৩৭। NCERT- ৰ চাৰিটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
৩৮ | অসমৰ SCERT- ৰ চাৰিটা কার্য উল্লেখ কৰা ।
উত্তৰঃ
৩৯। তলত দিয়া সমূহৰ সম্পূর্ণ আকাৰ কেইটা লিখাঃ
( 7 ) NCERT
( খ ) SCERT
( গ ) DIET
( ঘ ) UGC
৪০। চমু উত্তৰ দিয়াঃ
( ক ) এটা শ্রেণীকক্ষৰ আকাৰ কিমান হােৱা উচিত ?
উত্তৰঃ
( খ ) “ এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠা সমূহত গঢ় লয় ” — কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ
( গ ) কম্পিউটাৰ এক বৈদ্যুতিক শক্তিচালিত যন্ত্র উক্তিটো সঁচানে ?
উত্তৰঃ
( ঘ ) ইন্টাৰনেটক ARPANET হিচাপে কোনে প্রথম প্রয়ােগ আৰম্ভ কৰে ?
উত্তৰঃ
( ঙ ) E-mail- ৰ সম্পূর্ণ অর্থ কি ?
উত্তৰঃ
চ ) w.w.w.- ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰঃ
( ছ ) দূৰালাপ সন্মিলন কেই প্ৰকাৰৰ ?
উত্তৰঃ
( জ ) “ শিক্ষক হ’ল বন্ধু , দার্শনিক আৰু পৰিচালক ” —কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ
( ঝ ) শিক্ষকৰ গুণাৱলীবােৰ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ?
উত্তৰঃ
( ঞ ) প্রতিভশালী শিশুৰ বুদ্ধ্যন্ধ কিমান ?
উত্তৰঃ
( ট ) উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰৰ বুদ্ধ্যাঙ্ক কিমান ?
উত্তৰঃ
( ঠ ) UGC কিমান চনত গঠন হৈছিল ?
উত্তৰঃ
( ড ) NCERT কিমান চনত গঠন হৈছিল ?
উত্তৰঃ
( ঢ ) NCERT ক’ত গঠন হৈছিল ?
উত্তৰঃ
( ণ ) কোনখন শিক্ষানীতিৰ পৰামর্শমতে DIET গঠন কৰা হৈছিল ?
উত্তৰঃ
( ত ) পূৰণি কি ভাষাৰ পৰা Curriculum শব্দটো উৎপত্তি হৈছে ?
উত্তৰঃ
( থ ) কোনখন আয়ােগে পাঠ্যক্রম সম্পর্কে বহল দৃষ্টিভংগী আগবঢ়ায় ?
উত্তৰঃ
( দ ) বর্তমানৰ পাঠ্যক্ৰমখন পুথিগত আৰু তাত্ত্বিক– সঁচানে ?
উত্তৰঃ
( ধ ) খেলা – ধূলা , ছবি আঁকা , নাচ – গান সহপাঠ্যক্রমিক কার্যসূচীৰ অন্তর্ভুক্তনে ?
উত্তৰঃ