কাৰ জন্ম হোৱাৰ পিছত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পত্নীৰ মৃত্যু হ’ল?

উত্তৰঃ এটি কন্যা সন্তান জন্ম হোৱাৰ পিছত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পত্নীৰ মৃত্যু হল।