সংবিধানৰ দৰ্শন
(Philosophy of the Constitution)
Chapter 10
প্ৰশ্নাৱলী
ৰচনাধৰ্মী প্ৰশ্নঃ
১। ভাৰতীয় সংবিধানৰ দৰ্শনক প্ৰভাৱান্বিত কৰা কাৰকসমূহৰ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
২। সংবিধানৰ দৰ্শন কি ? এই দৰ্শনৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰঃ
৩। সাংবিধানিক দৰ্শনৰ অর্থ কি ? কিয় সাংবিধানিক দর্শন অধ্যয়ন কৰা প্ৰয়োজন ?
উত্তৰঃ
৪। গণতান্ত্রিক উত্তৰণৰ আধাৰ হিচাপে ভাৰতীয় সংবিধানখন ব্যাখ্যা কৰা ।
উত্তৰঃ
৫। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শন বহলাই আলোচনা কৰা।
উত্তৰঃ
৬। সামাজিক ন্যায় কি ? সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজত প্ৰভেদ আছে নেকি ?
উত্তৰঃ
৭। ধৰ্মনিৰপেক্ষতাবাদ কি ? ধর্ম সম্পর্কে গান্ধীজীৰ ধাৰণা চমুকৈ লিখা ।
উত্তৰঃ
৮। ভাৰতীয় সংবিধানৰ সমালোচনাৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ
৯। কিয় ভাৰতীয় সংবিধানখনৰ প্ৰণয়নক অ – প্রতিনিধিত্বমূলক বুলি কোৱা হয় ? ইয়ে সংবিধানখনক অ – প্রতিনিধিত্বমূলক কৰিছে নেকি ? তোমাৰ উত্তৰ যুক্তি সহকাৰে দিয়া ।
উত্তৰঃ
১০ । ভাৰতীয় সংবিধানৰ এক সীমাৱদ্ধতা হ’ল ই লিংগ ন্যায়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া নাই । এই অভিযোগৰ প্ৰমাণ হিচাপে কি সাক্ষী দিবা ? তোমালোকে যদি আজি এখন সংবিধান প্রণয়ন কৰা এই সীমাৱদ্ধতা ৰোধৰ কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াবা ?
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ):
১। “ ভাৰতৰ সংবিধানখন জনসাধাৰণৰ নিজৰ সংবিধান” – আলোচনা কৰা ।
উত্তৰঃ
২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ব্যাখ্যা কৰা ৷
উত্তৰঃ
৩। “ ভাৰত এখন সার্বভৌম ৰাষ্ট্ৰ ” – মস্তব্য দিয়া ।
উত্তৰঃ
৪। সংবিধানৰ ৰাজনৈতিক দর্শনে কি বুজায় ?
উত্তৰঃ
৫ । সংবিধান সভাৰ প্ৰাসংগিকতা সম্পর্কে কি জানা লিখা ।
উত্তৰঃ
৬। ভাৰতীয় সংবিধানৰ প্ৰমূল্য হিচাপে ব্যক্তিস্বাধীনতা সম্পর্কে এটা টোকা লিখা ।
উত্তৰঃ
৭। ভাৰতীয় সংবিধানত স্বীকৃতি দিয়া পাঁচটা প্ৰমূল্য উল্লেখ কৰা।
উত্তৰঃ
৮। সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা ।
উত্তৰঃ
৯। আইনৰ শাসন বুলিলে কি বুজা ?
উত্তৰঃ
১০। সার্বজনীন নাগৰিকত্ব সম্পর্কে এটা টোকা লিখা ।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions ) :
১। ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত সন্নিবিষ্ট এটা আদর্শ উল্লেখ কৰা । [ HS ( XI ) 2017 ]
উত্তৰঃ
২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ
৩। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত তিনি প্ৰকাৰৰ ন্যায় কি কি ?
উত্তৰঃ
৪। ভ্রাতৃত্ব শব্দটো ব্যাখ্যা কৰা ৷
উত্তৰঃ
৫ । ভাৰতীয় সংবিধানত উল্লেখিত মূল উদ্দেশ্য তিনিটা কি কি ?
উত্তৰঃ
৬। ভাৰতীয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৭। ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীয়ে সন্নিবিষ্ট কৰা দুটা নতুন শব্দ কি কি ?
উত্তৰঃ
৮। তলত কেইটামান আইন উল্লেখ আছে । সেইবোৰ কোনো মূল্যবোধৰ লগত সংযুক্তনে ? যদি হয় , তেনেহ’লে তলৰ কোনটো ? কাৰণ দর্শোৱা ।
(ক) পৰিয়ালৰ সম্পত্তি সমানভাৱে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে ?
(খ) গ্ৰাহকৰ আহৰণ কৰা বয়-বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি ?
(গ) ধর্মীয় আদেশ কোনো ধৰণৰ স্কুলত দিব নালাগে।
(ঘ) কোনো ধৰণৰ ভিক্ষাৰী বা বলপূর্বক ভাবত লিপ্ত হ’ব নালাগে।
উত্তৰঃ
৯। তলত উল্লেখিত কোনটো এই বাক্য সম্পূর্ণ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি ? গণতান্ত্রিক ৰাষ্ট্রসমূহত এখন সংবিধানৰ বাবে প্ৰয়োজন হয়-
* চৰকাৰৰ সমতাসমূহৰ সীমাৱদ্ধকৰণ
* সংখ্যামূলক সংখ্যাগৰিষ্ঠতাৰ পৰা ৰক্ষা কৰা
* ঔপনিবেশিকতাৰ পৰা স্বতন্ত্রতা অনা
* দীর্ঘকালীন দৃষ্টিভংগী এটা পোৱাৰ বাবে আমি আমাৰ আৰ্থিক লোকচান ভৰিব নোৱাৰো
* সামাজিক পৰিৱৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল’ব লাগে
উত্তৰঃ
১০। তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্যয়ন আৰু বুজাৰ বিভিন্ন পর্যায়সমূহ উল্লেখিত আছে—
* তলৰ কোনটো বাক্যই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বর্তমানেও প্রচলিত বুলি উল্লেখ কৰিছে আৰু কোনকেইটা অপ্রচলিত ।
* কোনকেইটাৰ স্থিতি তোমালোকে মানি লোৱা আৰু কিয় ?
(ক) সৰ্বসাধাৰণ লোকে তেওঁলোকৰ জীৱিকা-নিৰ্বাহ আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধানতে ব্যস্ত থাকে । তেওঁলোকে এই বিতর্ক সমূহৰ বিধিগত ভাষাক বুজি নাপায় ।
উত্তৰঃ
(খ) বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বান সংবিধান প্ৰস্তুত কৰা সময়তকৈ বেলেগ । সংবিধান প্রণেতাসকলে কৰা চিন্তা অধ্যয়ন কৰি আত্ম সেইবোৰ বর্তমান যুগত ব্যৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰো ।
উত্তৰঃ
(গ) আমাৰ বিশ্বখনক জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা নাই । সংবিধান সভাৰ বিতৰ্কসমূহে আমাৰ বিভিন্ন কাৰ্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে । সাংবিধানিক কার্যসমূহ যেতিয়া প্রত্যাহ্বিত হয় আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলো ।
উত্তৰঃ
১১। ভাৰতীয় সংবিধান আৰু পাশ্চাত্য ধাৰণাৰ পাৰ্থক্য বহলাই লিখা তলত উল্লেখিত বিষয়-বস্তুৰ সহায়ত —
(ক) ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত
(খ) অনুচ্ছেদ ৩৭০-নং আৰু ৩৭১-নং
(গ) দৃঢ় পদক্ষেপ
(ঘ) সার্বজনীন ভোটাধিকাৰ
উত্তৰঃ
বস্তুনিষ্ঠ প্রশ্নাবলী ( Objective type questions ):
১। ব্ৰিটেইনত মহিলাসকলক কোন চনৰ ভোটাধিকাৰ প্ৰদান কৰা হৈছিল ?
উত্তৰঃ
২। সংবিধানৰ কোনটো সংশোধনীয়ে প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক সংযোগ কৰিছে ?
উত্তৰঃ
৩। কোনে প্রস্তাৱনাটোক ৰাজনৈতিক তাম্ৰপত্ৰিকা বুলি কৈছিল ?
উত্তৰঃ
৪। ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি ?
উত্তৰঃ
৫। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ জৰিয়তে জম্মু – কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে ?
উত্তৰঃ
৬। কোন দেশৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে ?
উত্তৰঃ
৭। প্ৰস্তাৱনা মতে ভাৰতীয় ৰাজনীতিৰ প্ৰকৃতি কেনেকুৱা ?
উত্তৰঃ
৮। “ সর্ব ধর্ম সমভাব ” মানে কি ?
উত্তৰঃ
৯। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা ন্যায়ৰ নাম লিখা ।
উত্তৰঃ
শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) :
(ক) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো আৰম্ভ হৈছে–
(a) জনসাধাৰণৰ সাৰ্বভৌমত্বৰে (b) ভাৰত গণৰাজ্যৰে
(c) গণতান্ত্রিক ভাৰতৰে (d) আমি ভাৰতবাসী ৰাইজেৰে
উত্তৰঃ
(খ) আমি সকলো ভাৰতবাসীৰ অৰ্থ কি ?
(a) ভাৰতবাসী ৰাইজ হ’ল দেশৰ প্ৰকৃত শাসক।
(b) চূড়ান্ত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত ন্যস্ত ।
(c)ইয়াৰ কোনোটো নহয় ৷
উত্তৰঃ
(গ) কোনটো বাক্য শুদ্ধ ?
(a) ভাৰত এখন সার্বভৌম , সমাজবাদী গণৰাজ্য
(b) ভাৰত এখন সার্বভৌম , গণতান্ত্রিক ৰাজতন্ত্র
(c) ভাৰত এখন সাৰ্বভৌম , গণতান্ত্ৰিক ৰাষ্ট্ৰ
(d) ভাৰত এখন সার্বভৌম , সমাজবাদী , ধৰ্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য ।
উত্তৰঃ