কোনখন ফলিৰ বৰ্ণনামতে কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী (ভূমি) উদ্ধাৰ কৰিছিল? Posted on 01/02/202201/02/2022 by Puspa Kakati উত্তৰঃ- ডুবি আৰু নিবানপুৰ তামৰ ফলিৰ বৰ্ণনামতে কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী (ভূমি) উদ্ধাৰ কৰিছিল। Post Views: 92