মনিক আৰু শিলা
-প্ৰশ্নাৱলী-
১। শুদ্ধ উত্তৰ বাছি উলিওৱা –
(i) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?
(ক) লৌহ আৰু নিকেল (খ) চিলিকা আৰু এলুমিনিয়াম
(গ) লৌহ আৰু ৰূপ (ঘ) লৌহ আৰু অয়স্ক আৰু প’টাছিয়াম
উত্তৰঃ
(ii) তলত উল্লেখ কৰা – কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?
(ক) পৰিৱৰ্তনশীল (খ) স্ফটিকযুক্ত
(গ) ফ’লিয়েচন (ঘ) স্থিৰতা
উত্তৰঃ
(iii) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?
(ক) সোণ, (খ) অভ্ৰ
(গ) ৰূপ (ঘ) গ্ৰাফাইট/খনিজ ক’লা মাটি ।
উত্তৰঃ
(iv) আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?
(ক) ট’পাজ (খ) কোৱাৰ্জ
(গ) হীৰা (ঘ) ফেলছপাৰ
উত্তৰঃ
(v) তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?
(ক) টিলাইট (খ) ব্ৰেচিয়া
(গ) বোৰাক্স (ঘ) মাৰ্বল
উত্তৰঃ
২) উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত)
(i) শিলা বুলিলে কি বুজা ? তিনিপ্ৰকাৰৰ শিলা কি কি ?
উত্তৰঃ
(ii) আগ্নেয় শিলা কি? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলাৰ বৈশিষ্ট্য কি ?
উত্তৰঃ
(iii) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?
উত্তৰঃ
(iv) শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ।
উত্তৰঃ
৩) উত্তৰ লিখা (১৫০ টা শব্দৰ ভিতৰত)
(i) খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ
(ii) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।
উত্তৰঃ
(iii) ৰূপান্তৰিত শিলা কি ? বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলাৰ বৰ্ণনা দিয়া । সেইবোৰৰ সম্বন্ধে লিখা ।
উত্তৰঃ