বায়ুমণ্ডলত পানীৰ স্থিতি
-অনুশীলন-
১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)
(ক) তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ?
(১) জলীয় বাষ্প (২) নাইট্ৰোজেন
(৩) বাষ্পীভৱন (৪) অধঃক্ষেপ
উত্তৰঃ
(খ) তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা জলীয়া বস্তু বাষ্পলৈ ৰূপান্তৰিত হয় ?
(১) ঘনীভৱন (২) স্বাস-প্ৰশ্বাস
(৩) বাষ্পীভৱন (৪) অধঃক্ষেপ
উত্তৰঃ
(গ) বায়ুৱে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ জোখেৰে জলকণা ধৰি ৰাখে তেতিয়া তাক কোৱা হয় –
(১) আপেক্ষিক আৰ্দ্ৰতা (২) নিৰ্দিষ্ট আৰ্দ্ৰতা
(৩) পূৰ্ণ আৰ্দ্ৰতা (৪) পৰিগৰ্ভিত বায়ু
উত্তৰঃ
(ঘ) তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে ?
(১) অলকমেঘ (২) স্তৰমেঘ
(৩) ঝঞ্জামেঘ (৪) পুঞ্জমেঘ
উত্তৰঃ
২. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ৩০ টা শব্দৰ ভিতৰত লিখা ।
(ক) তিনি প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা
উত্তৰঃ
(খ) আপেক্ষিক আৰ্দ্ৰতা কি বাখ্যা কৰা ।
উত্তৰঃ
(গ) উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প কিয় হ্ৰাস পায় ?
উত্তৰঃ
(ঘ) মেঘ কেনেকৈ সৃষ্টি হয় ? শ্ৰেণীবিভাজন কৰা ।
উত্তৰঃ
৩. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ১৫০ টা শব্দ ভিতৰত লিখা ।
(ক) পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ
(খ) ঘনীভৱনৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ কি কি ? নিয়ৰ আৰু হিম সৃষ্টি হোৱা প্ৰক্ৰিয়াটো বাখ্যা কৰা ।
উত্তৰঃ