জৈৱ-বৈচিত্ৰ আৰু সংৰক্ষণ
–অনুশীলন —
১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী
(i) জীৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈছে ঃ
(ক) জীৱ-জন্তুৰ কাৰণে (খ) জীৱ-জন্তু আৰু উদ্ভিদৰ
(গ) উদ্ভিদৰ কাৰণে (ঘ) সকলো জীৱৰ কাৰণে
উত্তৰঃ
(ii) অনুৰক্ষিত প্ৰজাতিবোৰ হ’ল ঃ
(ক) যিয়ে আনক ভয় খুৱাই (খ) সিংহ আৰু বাঘ
(গ) সংখ্যাত অতি বেছি (ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে
উত্তৰঃ
(iii) তলৰ কোনটো উদ্দেশ্য কাৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ স্থাপন কৰা হৈছে ?
(ক) আমোদ-প্ৰমোদ (খ) চিকাৰ
(গ) পোহনীয়া (ঘ) সংৰক্ষণ
উত্তৰঃ
(iv) জৈৱ-বৈচিত্ৰ তলৰ কোনটো অঞ্চলত অধিক
(ক) ক্ৰান্তীয় অঞ্চল (খ) মেৰু অঞ্চল
(গ) ব্ৰাজিল (ঘ) মহাসাগৰবোৰ
উত্তৰঃ
(v) তলৰ কোনখন দেশত বিশ্ব সন্মিলন ( Earth Summit) অনুষ্ঠিত হৈছিল ?
(ক) যুক্তৰাজ্য (U.K) (খ) মেক্সিকো
(গ) ব্ৰাজিল (ঘ) চীনদেশ
উত্তৰঃ
২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) জৈৱ-বিচিত্ৰতাৰ কি ?
উত্তৰঃ
(ii) জীৱ-বিচিত্ৰতাৰ বেলেগ বেলেগ স্তৰবোৰ কি ?
উত্তৰঃ
৩। ১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) জৈৱ-বিচিত্ৰতাই, প্ৰকৃতিক আকৃতি দিয়াত (গঠন কৰাত) কি ধৰণৰ ভুমিকা পালন কৰিছে ?
উত্তৰঃ
(ii) জৈৱ-বিচিত্ৰতাৰ ক্ষতিৰ কাৰণে কোনবোৰ কাৰক প্ৰধানকৈ জগৰীয়া ? এই ক্ষতি নিৰ্মূল কৰাৰ কাৰণে কি ব্যৱস্থা লোৱা দৰকাৰ ?
উত্তৰঃ