বিষয় হিচাপে ভূগোল বিজ্ঞান
১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী
(i) ‘ভূগোল বিজ্ঞান’ শব্দটো তলত উল্লেখ কৰা পণ্ডিতকেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?
(ক) হিৰোডোটাছ (গ) গেলিলিঅ’
(খ) ইৰাটোছথেনিছ (ঘ) এৰিষ্ট’টল
উত্তৰঃ
(ii) তলত উল্লেখ কৰা অৱয়বোৰৰ ভিতৰত কোনটো ‘প্ৰাকৃতিক অৱয়ব’ ।
(ক) বন্দৰ (গ) সমতল
(খ) ৰাস্তা বা পথ (ঘ) পানী পাৰ্ক বা নাও-জাহাজ ৰখা ঠাই
উত্তৰঃ
(iii) দুয়োটা শাৰীৰ পৰা শুদ্ধযোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া ।
প্ৰথম শাৰী | দ্বিতীয় শাৰী |
১। বতৰ বিজ্ঞান ২। জনভূগোল ৩। সমাজ বিজ্ঞান ৪। মাটিবিজ্ঞান | (ক) জনসংখ্যা ভূগোল (খ) মৃত্তিকা ভূগোল (গ) জলবায়ু বিজ্ঞান (ঘ) সামাজিক ভূগোল |
(ক) ১খ; ২গ; ৩ক; ৪ঘ (গ) ১ঘ; ২খ; ৩গ; ৪ক
(খ) ১ক; ২ঘ; ৩খ; ৪গ (ঘ) ১গ, ২ক; ৩ঘ; ৪খ
উত্তৰঃ
(iv) তলৰ প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলাফলৰ লগত সম্পৰ্কীয় ?
(ক) কিয় (গ) কি
(খ) ক’ত (ঘ) কেতিয়া
উত্তৰঃ
(v) তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগলগাবলৈ চেষ্টা কৰে?
(ক) সমাজ বিজ্ঞান (গ) নৃতত্ব বিজ্ঞান ( Anthropology )
(খ) ভূগোল বিজ্ঞান (ঘ) বুৰঞ্জী বিষয়
উত্তৰঃ
২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) তোমাৰ পঢ়াশালিলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা ? সেইবোৰ একেধৰণৰ নে বেলেগ বেলেগ ধৰণৰ ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি ? যদি পাৰি কিয় ?
উত্তৰঃ
(ii) তোমালোকে এটা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰা দেখিছা । এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে ? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দিষ্ট বস্তুটো তুমি কিয় বাচনি কৰিছা ।
উত্তৰঃ
(iii) তুমি তোমাৰ স্কুলত ‘বন মহোৎসৱ’ পালন কৰিছিলানে ? আমি কিয় গছ পুলি ৰুব লাগে গছ-গছনিবোৰে কেনেকৈ পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰে ?
উত্তৰঃ
(iv) তোমালোকে হাতী, পহু, কেঁচু, গছ আৰু ঘাঁহ দেখিছা । ইহঁত ক’ত থাকে বা ডাঙৰ-দীঘল হয় । ইহঁত থকা মণ্ডলটোৰ নাম কি ? এই মণ্ডলৰ কেইটামান প্ৰধান বৈশিষ্ট্য (features) বৰ্ণনা কৰিব পাৰিবানে ?
উত্তৰঃ
(v) তোমাৰ ঘৰৰ পৰা স্কুল পাওঁতে কিমান সময় লাগে ? তোমাৰ স্কুলখন, তোমাৰ ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত নেকি ? তোমাৰ ঘৰ আৰু স্কুলৰ মাজত অহা-যোৱা কৰোতে সময় আৰু দূৰত্বৰ সম্পৰ্ক কি ? তুমি সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰিব পাৰানে ?
উত্তৰঃ
৩। ১৫০ টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) তুমি তোমাৰ চাৰিওফালে প্ৰক্যেকদিনে লক্ষ্য কৰিছা যে প্ৰাকৃতিক আৰু সাংস্কৃতিক ঘটনাবোৰৰ সদায় বেলেগ । পৃথিৱীত ভিন ভিন উপাদানৰ অৱস্থিতি দেখা যায় । তুমি এতিয়া যুক্তিসহকাৰে ক’ব পাৰিবানে যে ভূগোল বিজ্ঞানে ‘ঠাইৰ পাৰ্থক্য (areal differentiation)’ অধ্যয়ন কৰে ।
উত্তৰঃ
(ii) তোমালোকে ইতিমধ্যে ভূগোল বিজ্ঞান, বুৰঞ্জী, ৰাজলীতি আৰু অৰ্থনীতি বিজ্ঞান, সমাজ অধ্যয়নৰ অংশ হিচাপে পঢ়ি আহিছা । এই বিষয়বোৰক সংহত কৰিবলৈ চেষ্টা কৰা, সিহঁতৰ অন্তৰ্মুখৰ উল্লেখ (high lighting their inerface )।
উত্তৰঃ