পুৰণি অসমৰ ইটাৰ বেৰ ক’ত পোৱা গৈছিল ?

উত্তৰঃ- পুৰণি অসমৰ ইটাৰ বেৰ কুণ্ডিলনগৰত (বৰ্তমান শদিয়াৰ ওচৰত) পোৱা গৈছিল ।