জন্তুৰ মূল্যৱান ছালখন নষ্ট নোহোৱাকৈ চিকাৰ কৰিবলৈ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল ? Posted on 13/01/202213/01/2022 by Puspa Kakati উত্তৰঃ জন্তুৰ মূল্যৱান ছালখন নষ্ট নোহোৱাকৈ চিকাৰ কৰিবলৈ তেওঁলোকে এবিধ ভোটা জোং থকা কাঁড় ব্যৱহাৰ কৰিছিল। Post Views: 64