অসমৰ গাঁৱলীয়া জীৱনৰ শিল্প উদ্যোগবোৰৰ ভিতৰত প্ৰধান আছিল কি?

উত্তৰঃ- অসমৰ গাঁৱলীয়া জীৱনৰ শিল্প উদ্যোগবোৰৰ ভিতৰত প্ৰধান আছিল বস্ত্ৰ শিল্প।