উত্তৰঃ পেট্ৰাৰ্কে গ্ৰীক ভাষাৰ আৰু এৰিষ্টটল গ্ৰন্থবোৰ অনুবাদ কৰা হৈছিল ।
Month: January 2022
ঘোঁৰাৰ পিঠিত ডাকৰ ব্যৱস্থা কোনে কৰিছিল?
উত্তৰঃ শেৰচাহ।
দোনেটেলো কোন আছিল ?
উত্তৰঃ দোনেটেলো আছিল ৰেনেচাঁ ভাস্কৰ্য্যৰ প্ৰথমজন শ্ৰেষ্ঠ শিক্ষক ।
N A M অৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ ১১৪।